সমগ্র মানৱ জাতি লৈ আহ্বান

।।জয় মা আৰু প্ৰকৃতি।।

সমগ্র মানৱ জাতি লৈ আহ্বান

সেই মানৱ জাতি,  আমি মানৱ জাতিয়ে নিজৰ মাজতে কিয় ভূল বুজা বুজি হৈছো।

ভাল কৰ্মই ধৰ্ম, ধৰ্ম নিজৰ কাৰনে হে ।আমি মানৱ জাতিয়ে  ভাল কৰ্ম কৰি যাৱ লাগিব।

আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ সেৱা কৰিব লাগিব।

আমি মানৱ জাতিয়ে সকলো জীৱকোলক সমান চকুৰে চোৱা। সকলো জীৱকোলক স- সন্মান  প্ৰদান কৰিৱ লাগিৱ।

সকলো জীৱকোলক লৈ হে আমি মানৱ জাতি। সকলো জীৱকোল থাকিলেহে আমি মানৱ জাতি এই মা আৰু প্ৰকৃতিৰ বুকুত জীয়াই থাকিব পাৰিম।

মা আৰু প্ৰকৃতি সুষ্ঠ থাকিলেহে আমি মানৱ জাতি এই পৃথিৱীৰ বুকুত জীয়াই থাকিব পাৰিম, নহলে মানৱ জাতি ধংশ সমাগত।

সকলো মানৱ জাতিলৈ আহ্বান জনাইছো সময় থাকোতেই আমি সকলো মানৱ জাতি নিজৰ নিজৰ ভূল সমূহ শোধৰাই সত্য পথত অগ্ৰসৰ হওঁ।

আমি সকলো মানৱ জাতি  মা আৰু প্ৰকৃতিৰ চৰনত নিজকে সেৱা মানসেৰে অৰ্পণ কৰো। 

আহঁক আমি সকলো মানৱ জাতি হাতে হাত ধৰি এখন সুন্দৰ পৃথিৱীৰ, সুন্দৰ এক মানৱ জাতিৰ সমাজ গঢ় দিওঁ।

সময়ৰ আহ্বান, সময় থাকোতেই আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ চৰনত নিজকে অৰ্পণ কৰিব লাগিব, মা আৰু প্ৰকৃতিৰ যি আহ্বান গ্রহণ কৰি আগবাঢ়ি গলে মানৱ জাতিৰ কল্যাণ হব।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...