আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।    

           👉  অহংকাৰ 👈

সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ?
কেতিয়াবা শ্মশানলৈ গৈ চাবা।
তাত  দেখিবা আপোনাতকৈ ধনী , ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে।।

সেই জীৱ ৰূপি মানৱ জাতি আহঁক আমি সকলো  মানৱ জাতি শুদ্ধ অন্তৰৰ জীৱ হৱ চেষ্টা কৰো।।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...