ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন

।। জয় মা আৰু প্ৰকৃতি ।।  
                                                               
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি  সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।     

সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।


সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...