পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉

👉 পৃথিৱীৰ ধংশ সমাগত

👉 সাৱধান মানৱ জাতি। 

সেই বিশ্বৰ মানৱ জাতি সাৱধান।

সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।

মানৱ জাতিয়ে নিজৰ  লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।

সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।

কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।

তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।

👉 ।।ভৱিষ্যতবাণী।। 

মাধৱ গগৈ
অসম।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...