জয় মা আৰু প্ৰকৃতি

।।জয় মা আৰু প্ৰকৃতি।। 

মা আৰু প্ৰকৃতি কৈ চেষ্ট কৰ্মময় ধৰ্ম আন কোনো হব নোৱাৰে। সেই মানৱ জাতি মা আৰু প্ৰকৃতি ৰ চৰণত হৰণ লোৱা আৰু নিজকে ধন্য কৰা। মা আৰু প্ৰকৃতি য়ে সকলো মানৱ জাতিক, সকলো জীৱকোলক উদ্ধাৰ কৰিৱ পাৰিব। মা আৰু প্ৰকৃতি য়ে হৈছে পৃথিবীৰ চেষ্ট ধৰ্ম।।

জয় মা আৰু প্ৰকৃতি, জয়।। 

সেৱাৰে
মা আৰু প্ৰকৃতি। 
মাধৱ গগৈ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...