🙏সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান🙏
সেই মানৱ জাতি, এই পৃথিবীলৈ আহোঁতে আমি কি লৈ আহিছিলো আৰু যোৱাৰ বেলিকা কি লৈ আমি যাম। যি পাইছো মা আৰু প্ৰকৃতি ৰ বুকুৰ পৰা পাইছো। আৰু যেতিয়া যাবগৈ লাগিব, এই মা আৰু প্ৰকৃতি এৰি, তেতিয়া ইয়াতে সকলো এৰি থৈ যাব লাগিব আমি মানৱ জাতিয়ে। সেই মানৱ জাতি আমি মিছাতে কিয় ইমান অংহকাৰ, লুভ, মোহ, কাম, ক্ৰৰ্ধ, দম্ভ, ঠগ, পতাৰনা কৰিছো। সেই মানৱ জাতি আহঁক সময় থাকোতেই আমি সকলো মানৱ জাতিয়ে সত্য পথ গ্ৰহণ কৰো। মা আৰু প্ৰকৃতি ৰ বুকুত এখন সুন্দৰ মানৱ জাতিৰ সভ্যতা গঢ় দিওঁ আহঁক।
সেৱাৰে
মাধৱ গগৈ
অসম।
No comments:
Post a Comment