।।জয় মা আৰু প্ৰকৃতি।।
সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
সেই বিশ্বৰ মানৱ, সমগ্র জীৱকোল তেতিয়াহে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিৱ পাৰিব, যেতিয়া মা আৰু প্ৰকৃতি সুস্থ হৈ থাকিৱ।
বিশ্বৰ সকলো মানৱ জাতিৰ নিজৰ নিজৰ আৰাধ্য দেৱতা, তেতিয়াহে আপোনালোকৰ ওপৰত সন্তুষ্ট হব, কৃপা দৃষ্টি ৰাখিব।যেতিয়া বিশ্বৰ সকলো মানৱ জাতিয়ে মা আৰু প্ৰকৃতিক শ্ৰদ্ধা ভক্তি কৰিব। মা আৰু প্ৰকৃতি ৰ অনিষ্ট হোৱা কাম কৰা বন্ধ কৰিব।
সমগ্র বিশ্বৰ মানৱ জাতিলৈ বিশেষ আহ্বান আহক সময় থাকোতে মা আৰু প্ৰকৃতি ৰ চৰনত সেৱা লওঁক , নিজকে ধন্য কৰাওঁক। এই পৃথিবীত সুষ্ঠৰে জীবন যাপন কৰক।।
ধন্যবাদেৰে।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।
No comments:
Post a Comment