জয় মা আৰু প্ৰকৃতি

🚩জয় মা আৰু প্ৰকৃতি🚩

সেই মানৱ জাতি, ধৰ্মক লৈ মানৱ জাতি ভুল পথে পৰিচালিত হৈছে। ভগৱান বেলেগ বেলেগ থাকিব পাৰে জানো। সকলো মানৱ জাতি, জীৱ, জন্তু, আন সকলোবোৰ টো একেখন পৃথিবীৰ মা আৰু প্ৰকৃতি ৰ বুকুত আছে। সকলো জীৱকোল মা আৰু প্ৰকৃতি ৰ বুকুত জন্ম গ্রহণ কৰি জীৱন যাএা কৰিছে, তেনেহলে ভগৱান ধৰ্ম বেলেগ বেলেগ হৱ নোৱাৰে। ধৰ্ম এটাই হব লাগে, সেয়া হৈছে সকলোকে সমানে লৈ, সকলোকে সমান সন্মান জনাই, সমান মর্যাদা প্ৰদান জনাই, সকলোকে সমান চকুৰে চাই মা আৰু প্ৰকৃতি ৰ ওচৰত শৰণ লোৱা , সেয়াই হৈছে মানৱ ধৰ্ম। মা আৰু প্ৰকৃতি য়ে হৈছে আমাৰ ভগৱান। । 

সেই মানৱ জাতি আহক সময় থাকোতেই ভূলসমূহ চিকাৰ কৰি মা আৰু প্ৰকৃতি ৰ ওচৰত শৰণ লওঁক। 

ধন্যবাদেৰে।। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...