নতুন বছৰৰ শুভেচ্ছাৰে মা আৰু প্ৰকৃতি

🙏🏾জয় মা আৰু প্ৰকৃতি🙏🏾

ইংৰাজী নতুন নববর্ষৰ ২০২৩ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো মা আৰু প্ৰকৃতি ৰ তৰফৰ পৰা অসম,ভাৰত তথা সমগ্র বিশ্বৰ মানৱ জাতিলৈ। আগন্তুক আহি থকা দিন বোৰত সমগ্র মানৱ জাতিৰ শুভ হওঁক। সকলোৱে যেন আমাৰ মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হয় তাৰে কামনা কৰিলো। মা আৰ প্ৰকৃতি ৰ যি চিন্তা ধাৰা সকলোৱে সেই মহান চিন্তা ধাৰা লগত লৈ এখন সুন্দৰ সবল সমাজ গঠনত অৰিহণা যোগাই তাৰে কামনা কৰিলো সমগ্র মানৱ জাতিলৈ। সকলোকে আমাৰ পৰিয়ালত অন্তর্ভুক্ত হৈ এখন সুস্থ সবল মা আৰু প্ৰকৃতি ৰ সমাজ গঠন কৰিব লাগিব। সকলোৱে মা আৰু প্ৰকৃতি ৰ যি লক্ষ্য আৰু উদ্দেশ্য সকলোৱে পালন কৰিব বুলি আশা কৰিলো। তথা বিশ্বত আমাৰ যি সমাজৰ বিচাৰ ধাৰা আগবঢ়াই লৈ যাব লাগিব। সকলোলৈ আহ্বান জনাইছো। 

সকলোলৈকে অনেক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো।

সেৱাৰে 
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...