মা আৰু প্ৰকৃতি
🙏🏾জয় মা আৰু প্ৰকৃতি🙏🏾
মানৱ জাতিলৈ আহ্বান।।
মানৱ জাতিৰ এই পৃথিবীত জীৱন নিৰ্বাহ কৰিবলৈ
👉🏿এডোখৰ ঠাই
👉🏿 অলপ মান বস্তু লাজ নিবাৰণ কৰিবলৈ
👉🏿এমুঠি অন্ন খাই জীয়াই থাকিবৰ কাৰণে
👉🏿পানি পিয়াহঁ গুচাবলৈ
👉🏿অলপ মান বিশুদ্ধ বায়ু আৰু
👉🏿এখন সুন্দৰ সব্বাঙ্গীন সমাজ।
👉🏿 এখন সুন্দৰ প্ৰাকৃতিক পৰিবেশ
এই খিনিয়ে মানৱ জীৱনৰ প্ৰয়োজন এই পৃথিবীত জীয়াই থাকিবলৈ।
সেই মানৱ জাতি আহঁক আমি সকলোৱে সকলোকে লৈ সকলোকে সহসন্মান জনাই,
👉🏿লুভ, মোহ, কাম, ক্ৰধ, দম্ভ অংহকাৰ, হিংসা ত্যাগ কৰি, সকলো জীৱকে শান্তিৰে জীয়াই থাকিবলৈ সকলো মানৱ জাতিলৈ আহ্বান জনাইছো।।
👉🏿কোনো জীৱকে এই পাপ্যৰ পৰা বঞ্চিত নকৰিৱ। সকলোকে এই অধিকাৰ গ্রহণ কৰিব দিয়ক।
👉🏿 কোনো জীৱকোল এই পৃথিবীত চিৰজীৱন জীয়াই থাকিব নোৱাৰে। সকলো এই পৃথিবী এৰি যাব লাগিব। মাথো সময়ৰ ব্যৱধান।
👉🏿 সমগ্র মানৱ জাতিৰ এই পৃথিবীত এটা ডাঙৰ প্ৰধান কাম টো হৈছে জন্ম নিয়ন্ত্রণ কৰা। জন্ম নিয়ন্ত্রণ কৰিব লাগে, সমগ্র জীৱকোল যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে।।
আহঁক আমি সকলো মানৱ জাতিয়ে এই নিয়ম পালন কৰো।।
ধন্যবাদেৰে।
সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
No comments:
Post a Comment