সমগ্র মানৱ জাতিলৈ আহ্বান, আপোনালোকৰ জীৱন কালত কেতিয়াও কাকো, কোনো জীৱকে দুখ, কষ্ট, ঘৃণা, এলাগি, লুভ, মুহ, কাম, ক্ৰৰ্ধ, দম্ভ, অংহকাৰ, কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কাৰণ সকলো জীৱকোলৰ একেই অনুভব হয়, ভোক, পিয়াহ। একেই অনুভব হয় দুখ কষ্ট, কেবল মাএ সকলোৱে প্ৰকাশ কৰিব নোৱাৰে। আমি যদি সকলোকে সন্মান সম মৰ্যদাপূৰ্ণ দিৱ নোৱাৰো, তেতিয়া হলে এদিন, মানৱ জাতিৰ ধংশ সমাগত। কোনেও বচাব নোৱাৰিৱ।
আহক সময় থাকোতেই আমি সকলোৱে ঐক্যবদ্ধ হওঁ।
সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।
No comments:
Post a Comment