মা আৰু প্ৰকৃতিৰ মহান উদ্দেশ্য মনত ৰাখিবআৰু আহ্বান জনাওঁক, আমাৰ মা আৰু প্ৰকৃতি ৰ এক মানৱ জাতিৰ পৰিয়াল হবলৈ।

মা আৰু প্ৰকৃতিৰ মহান উদ্দেশ্য মনত ৰাখিব
আৰু আহ্বান জনাওঁক, আমাৰ মা আৰু প্ৰকৃতি ৰ এক মানৱ জাতিৰ পৰিয়াল হবলৈ।

মা আৰু প্ৰকৃতিয়ে সকলো পৰিয়ালক অনুৰোধ কৰিব, 
সকলোকে আমাৰ পৰিয়ালৰ বিষয়ে সজাগ কৰক আৰু মানব জাতিৰ বিকাশ কৰক। আমাৰ পৰিয়ালৰ কাৰোবাৰ ঘৰত যদি কোনো স্বৰ্গ গ্ৰামি হয় তেন্তে সেই পৰিয়ালৰ উদ্ধাৰ আমাৰ মা আৰু প্ৰকৃতি পৰিয়ালে কৰিব লাগিব। 

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...