*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*

*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*
৪ অক্টোৱৰ২০২২ঃ  মা আৰু প্ৰকৃতি নগাঁও জিলাৰ কমিটিৰ সভাপতি তথা কেন্দ্রীয় কমিটিৰ উপ-সভাপতি বিশিষ্ট উদ্যোগী সমাজ কৰ্মী লেখক কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাই শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত নগাঁৱৰ ক্ৰমে বিহাৰী গাঁও পাথৰি কেন্দ্ৰীয় কমিটিয়ে তেওঁক বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...