এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ।

*মা আৰু প্ৰকৃতি*

এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ। 

আগন্তুক আহি থকা দীপান্বিতা , দিপাৱলীৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন জনাইছো। 
আহক  আমি সকলোৱে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ দুষিত হোৱা যি কোনো সামগ্রী বৰ্জন কৰো। 
দীপান্বিতা , দিপাৱলী আমি সকলোৱে অকল মাটিৰ চাকি জলাই উৎসৱ পালন কৰো আৰু শব্দ প্ৰদূষণৰ পৰা দুৰত থাকো, আৰু প্ৰকৃতি, পৰিৱেশ, প্ৰদূষণৰ পৰা ৰক্ষা কৰো।। 

আহঁক আমি সকলোৱে এই নতুন চিন্তা ধাৰাক আদৰি লওঁ।। 

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...