*সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উদযাপন।*

*সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উদযাপন।*
 ১৪ অক্টোবৰ, ২০২২ঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উপলক্ষে আজি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে। নগাঁও জিলাৰ জনজাতীয় এলেকাৰ কমাৰপাৰ কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত উদযাপনৰ মূহুৰ্তত ,মা আৰু প্ৰকৃতি ৰ  নগাঁও জিলা সমিতিৰ সভাপতি কেশৱ বৰাও উপস্থিত থাকে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱক গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতৰ অৱদানৰ বিষয়ে ভাষণ প্ৰদান কৰে।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...