বানপানী কবলত পৰা পৰিয়াল সমূহক আশ্ৰয় শিবিৰত খবৰ লৈ লঘু আহাৰৰ যোগান

নগাঁও ২২ জুন, ২০২২ঃ ননৈ বৃহত্তৰ অঞ্চলৰ কুমাৰ গাঁও পানী গাঁও বিহৰি গোবৰ গাঁও কে আদি কৰি ন ন অঞ্চলত বানপানী ৰ কবলত পৰিছে । বিশিষ্ট সমাজ সেৱক তথা মা আৰু প্ৰকৃতি ৰ নগাঁও জিলা শাখাৰ মুখ্য তথা কেন্দ্রীয় কমিটিৰ মুখ্য সাংগাঠনিক সম্পাদক শ্রী যুত কেশৱ বৰা ই বানপানী কবলত পৰা পৰিয়াল সমূহক আশ্ৰয় শিবিৰত খবৰ লৈ লঘু আহাৰৰ যোগান ধৰিছে ।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...