এটি বিশেষ আহ্বান আমাৰ মা আৰু প্ৰকৃতিৰ সমূহ পৰিয়াললৈ।
অহা বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সকলোকে গছপুলি ৰূপন কৰিবলৈ আহ্বান জনাইছো। তেতিয়াহে আমি এই পৃথিবীত সমস্ত জীৱকোল জীয়াই থাকিব পাৰিম। আৰু নাম ফটো সহ আমাৰ ইমেইললৈ পঠাবলৈ অনুৰোধ জনালো। আপোনালোকৰ সকলোৰে গছপুলি ৰূপন কৰা দৃশ্য আমাৰ গোট আৰু পেজত আপলোড কৰা হব।
সেৱাৰে।
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Email - mother.and.nature2021@gmail.com
WhatsApp - 9859593814
No comments:
Post a Comment