সমগ্র ৰাজ্য তথা দেশ বাসিলৈ আহ্বান।

সমগ্র ৰাজ্য তথা দেশ বাসিলৈ আহ্বান। 

সেই মানৱ জাতি, দিনক দিনে ৰাজ্য তথা দেশত খাদ্য সামগ্রী নাটনি হবলৈ গৈ আছে, আমি যদি সময় থাকোতেই চিন্তা নকৰো, আহি থকা দিন বোৰত সমগ্র জীৱকোলৰ খাদ্য সংকটে দেখা দিৱ। 
আৰু ইয়াৰ বাবে দায়ী হব মানৱ জাতি। 
দিনক দিনে কৃষি ভূমি আমাৰ মানৱ জাতিয়ে ধংস কৰি আহিছে। যদি এই দৰেই আমি মানৱ জাতিয়ে কৃষি ভূমি ধংস কৰো। অনাগত দিন বোৰত সকলোৱে খাদ্য খাৱলৈ নাপায় তিল তিল কৈ সমগ্ৰ জীৱ কোল মৰিৱ লাগিব। 

সেই মানৱ জাতি  আহক সময় থাকোতেই লুভ, মোহ, কাম, ক্ৰধ, প্ৰৰিহাৰ কৰি সমগ্র জীৱ কোলৰ কথা চিন্তা কৰো। 

কৃষি ভূমি নষ্ট নকৰি কৃষি উপযোগী মাটি কৃষি ক্ষেত্রত ব্যৱহাৰ কৰো।। 

আহি থকা দিন বোৰত যেন সকলো জীৱ কোলৰ খাদ্যৰ  সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখো।। 

আহক আমি সকলোৱে শপত লওঁ আহি থকা দিন বোৰত যেন আমি সকলোৱে সকলোকে লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন সমাজ, এক মানৱ জাতি হিচাপে এই পৃথিবীত, মা আৰু প্ৰকৃতিৰ বুকোত প্ৰতিষ্ঠা হওঁ। 

আহক আমি সকলোৱে ইজনে সিজনৰ হাতে হাত ধৰি এক মানৱ জাতিৰ গান গাওঁ। 

সেৱাৰে

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
  *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...